Assam govt job vacancy at Majuli

 বিজ্ঞাপন

মাজুলী জিলাৰ মাজুলী ৰাজহ চক্ৰ আৰু উজনী মাজুলী ৰাজহ চক্ৰৰ অন্তৰ্গত নিম্ন লিখিত

লাট আৰু গাওঁ সমূহত সৰ্বমুঠ ৫ টা গাওঁগ্ৰধানৰ পদ খালী হৈ থকাৰ পৰিপ্ৰেক্ষিতত উক্ত পদসমূহ পূৰনৰ

বাবে উপযুক্ত প্রার্থীৰ পৰা অনলাইনযোগে অহা ইংৰাজী ০২/০৭/২০২২ তাৰিখৰ পুৱা ১০ বজাৰ পৰা

22.07.2022 তাৰিখৰ নিশা ১২ বজাৰ ভিতৰত

ৱেবচাইটত আবেদন বিচৰা হৈছে ।

আৱশ্যকীয় যোগ্যতাসমূহ:-

১) আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু নিযুক্তি পাবৰ বাবে আবেদন কৰা গাঁৱৰ অথবা গাওঁ

সমূহৰ স্হায়ী বাসিন্দা হোৱাটো একান্তই বাঞ্ছনীয় ।

২) আবেদনকাৰীৰ বয়স ০১/০৭/২০২২ তাৰিখে নুন্যতম ৩০ বছৰ হ'ব লাগিব আৰু ৬৫ বছৰৰ ঊৰ্ধ্বৰ

হ'ব নালাগিব ।

৩) আবেদনকাৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ।

৪) আবেদনকাৰী শাৰীৰিক আৰু মানসিকভাৱে সৱল হ'ব লাগিব । (বিভাগীয় কতৃপক্ষৰ প্ৰমান পত্র দাখিল

কৰিব লাগিব)

৫) আবেদনকাৰী আর্থিকভাৱে দেউলীয়া হ'ব নালাগিব আৰু কোনো চৰকাৰী ধনৰ দেনাদাৰ হ'ব নালাগিব ।

৬) আবেদনকাৰী চৰকাৰী চাকৰিয়াল হ'ব নালাগিব ।

৭) আবেদনকাৰীৰ নিজৰ নামত সংশ্লিষ্ট গাঁৱত ভূমি/ স্হাৱৰ সম্পত্তি থাকিব লাগিব ।

৮) আবেদনকাৰী কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব নালাগিব ।

৯) আবেদনকাৰী কোনো ধৰনৰ অপৰাধজনিত কার্যত জড়িত থাকিব নালাগিব ।

১০) নিযুক্তিৰ ক্ষেত্ৰত গাওঁবুঢ়াৰ পৰিয়ালৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব ।

১১) আবেদনকাৰী দুটাতকৈ অধিক সন্তানৰ পিতৃ হ'ব নালাগিব । কিন্তু অসম চৰকাৰৰ অধিসূচনা নং

আৰ.এল.আৰ.১৮৭/২০০৭/অংশ/২০৪, দিনাংক ১৯/০৭/২০১৯ জাৰি হোৱাৰ পূৰ্বে যিসকল ব্যক্তি দুটাতকৈ

অধিক সন্তানৰ গৰাকী হয়, তেওঁলোকৰ ক্ষেত্ৰত এই নীতি প্রযোজ্য নহ'ব ।

আবেদন পত্ৰৰ লগত দাখিল কৰিবলগীয়া প্ৰয়োজনীয়




APPLY NOW



Previous Post Next Post

نموذج الاتصال