ভাইৰাছ জীব নে জড়?

 ভাইৰাছ জীব নে জড়?

ভাইৰাছৰ প্ৰকৃতিত যেনেকৈ জীৱৰ লক্ষণ আছে তেনেকৈ জড়ৰ লক্ষণো আছে। ইহঁতৰ সঠিক প্রকৃতি সম্পর্কে

বিজ্ঞানীসকলৰ মাজত দুটা চৰম মতবাদৰ উপৰিও তৃতীয় এটা মতবাদ প্রচলিত আছে যিটোৱে দুয়োটা চান মাদক

একত্ৰিত কৰিবৰ চেষ্টা কৰিছে। মতবাদ তিনিটা তলত উল্লেখ কৰা হ'ল।

(A) প্রথম মতবাদ : ভাইৰাছ এক ধৰণৰ জীৱ

1. ভাইবাছে বংশবৃদ্ধি কৰে।

2. ভাইৰাছৰ দেহৰ বৃদ্ধি হয়

3. ভাইৰাছ সংক্রামক।

4. ভাইৰাছৰ বংশগতি নির্ণেয়ক পদার্থ DNA বা RNA।

(B) দ্বিতীয় মতবাদ : ভাইৰাছ এক ধৰণৰ জড় বস্তু

যুক্তি -

1. ভাইৰাছৰ দেহ কোষেৰে গঠিত নহয় গতিকে কোষকেন্দ্ৰ আৰু কোষপ্ৰৰন নাই।

2. ভাইৰাছক স্ফটিকলৈ ৰূপান্তৰ কৰিব পাৰি কিন্তু কোনো জীৱক স্ফটিকলৈ ৰূপান্তৰ কৰিব নোৱাৰি।

3. ভাইৰাছৰ দেহত কোনো শৰ্কৰা বা শ্বেতসাৰ দ্ৰব্য নাথাকে।

4. ভাইৰাছৰ শ্বসন (respiration) আৰু পুষ্টি (nutrition) নাই।

(C) তৃতীয় মতবাদ- ভাইৰাছ জীৱ আৰু জড়ৰ মধ্যাৱস্থা

যুক্তি - 

1. ভাইবাছ দেহ কোষেৰে গঠিত নহয় যদিও নিউক্লিক এচিডে (DNA বা RNA) অকৃতকান্ত সচি কাম কৰে।কৰে। জড় বস্তুত প্রটিন পোৱা নাযায়।

2. ভাইৰাছৰ দেহ উচ্চ আণৱিক ভাৰ সম্পন্ন প্রটিনেৰে গঠিত য'ত নিউক্লীর টন পূর্ণ ভূমি পরন বাস কৰিব পাৰে।

3. যদিও ভাইৰাছে জীৱদেহৰ বাহিৰত ৰাসায়নিক কণিকাৰ দৰে কাম কৰে, জীৱদেহৰ ভিতৰত ৰাজীৱ ভাইৰাছ দেহব বাহিৰত পৰজীৱীৰ কোষত।

4. জীৱকোষত নিউক্লিক এছিডৰ অনুকৃত্যায়ন হোৱাৰ দৰে ভাইৰাছৰ নিউক্লিক এছিভৰো অনুকুত্যারন হয়

, অবশ্যে ওপৰোক্ত কথাখিনিৰ পৰা বুজা যায় যে ভাইৰাছৰ কিছুমান চৰিত্ৰ জীৱিত বস্তুৰ নিচিনা আৰু কিছুমান জড় বস্তুৰ নিচিন  কিছুমাত্ৰ চৰিত্ৰ বাদ দিলে ভাইৰাছক যেনেকৈ জীৱ বুলি কব পাৰি তেনেকৈ জড় বুলিও ক'ব পাৰি। যি সীমাৰেখাই জীৱ আৰু জড়ৰ ব্যৱধান আনে ভাইৰাছৰ চৰিত্ৰ সেই সীমা ৰেখাৰ উভয় ফালে বিদ্যমান। এতেকে ভাইৰাছক সম্পূর্ণ জীব বা সম্পূর্ণ জড় বুলি ক'ব নোৱাৰি। ভাইৰাছক জীৱ আৰু জড়ৰ মধ্যাৱস্থা ৰূপে গণ্য কৰা হয়।

Previous Post Next Post

نموذج الاتصال