দ্বিপদ নামকৰণৰ (BINOMIAL NOMENCLATURE):

দ্বিপদ নামকৰণৰ(BINOMIAL NOMENCLATURE):
প্রত্যেক জীৱৰে একোটা স্থানীয় (local) নাম থাকে। আনহাতে, একে প্রাণী বা উদ্ভিদ বিভিন্ন প্রদেশত, আনকি একে প্রদেশৰ বিভিন্ন অঞ্চলত এক বা একাধিক নামেৰে পৰিচিত। গতিকে, প্রত্যেক জীৱৰ একোটা নির্দিষ্ট বিজ্ঞানসম্মত নাম দিয়া প্ৰয়োজন যাৰ দ্বাৰা সেই নির্দিষ্ট জীৱটোক সহজে চিনাক্ত কৰিব পাৰি। উদ্ভিদ বা প্রাণীক প্রদান কৰা বিজ্ঞানসন্মত নামত দুটা পদ থাকে। প্রথম পদটোক গণ (genus) আৰু দ্বিতীয় পদটোক প্রজাতি (species) নামৰূপে গণ্য কৰা হয়। জীৱসমূহৰ গণ আৰু প্ৰজাতি, নামৰ দুটা পদৰ সমন্বয়ে গঠিত নামকণ দ্বিপদ নামকৰণ (binomial nomenclature) বোলে কেৰ'লাছ লিনিয়াছে প্রথমে জীৱৰে দ্বিপদ নামকৰণ প্রচলন কৰে।

উদাহৰণস্বৰূপে, আমৰ বিজ্ঞানসন্মত বা বৈজ্ঞানিক নাম হল Mangifera indica ইয়াত Mangifera হল গণ নাম (generic name) আৰু indica হল প্রজাতিৰ নাম (species name) গণ নামৰ প্রথম আখৰ টো সকলো সময়তে  ডাঙৰ হাতৰ (capital letter) আৰু প্রজাতি নামৰ গোতেই আখৰ সৰু হাতৰ (small letter) হয়। আনহাতে, বৈজ্ঞানিক নাম ছপাওঁতে সকলো সময়তে বেকা আখৰ (italics) ব্যৱহৃত হয়। কিন্তু হাতেৰে লিখোতে বেঁকা আখৰৰে। প্রকাশ বাত অসুবিধা হয় বাবে গণ আৰু প্রজাতি নামৰ প্ৰতিটোৰে তলত৷ ভালকৈ ৰেখা টনা হয়। বৈজ্ঞানিক নাম ছপাওঁতে বা লিখোতে উক্ত কথাখিনি। মানি নচলিলে সেই নামটা গ্রহণযোগ্য নহয়। তাৰা পৰে, দ্বিপদ নামকরণ। আন এটি উল্লেখযোগ্য বৈশিষ্ট্য হল যে যিজন বিজ্ঞানীয়ে উক্ত জীৱবিধৰ। বিজ্ঞানসন্মত বর্ণনা আৰু নামকৰণ কৰে সেই বিজ্ঞানীজনৰ নাম বৈজ্ঞানিক নামটোৰ কাষত লেখা হয়। জেনে আমৰ নামাকৰণ আৰু বিজ্ঞানসম্মত বর্ণনা। কৰে লিনিয়াছে। গতিকে, আমৰ সম্পূৰ্ণ বৈজ্ঞানিক নামটো হব Mangifera indica Linnaeus। যদি বিজ্ঞানী জনৰ নাম টো ডাঙৰ হয়, তেতিয়া নামটা সংক্ষিপ্ত আকাৰেও লিখা হয়, যেনে 'Linnaeus ! যেনে Linn' or 'L লিখা হয়

নামকৰণৰ নিয়মাবলী (RULES O NOMENCLATURE)

বহুক্ষেত্ৰত দেখা যায় যে বিভিন্ন প্ণী বা উদ্ভিদৰ একে নাম (যাক হমনিম, homonym বলে) আৰু একে উদ্ভিদ বা। প্ৰাণীৰ ভিন্ন যাক নাম (হাক ছিনেমা, synonym বলে) থাকে। নামকৰণৰ এনেবোৰ সমস্যাৰ সমাধান কবিবলৈ উদ্ভিদবিজ্ঞানৰ আৰু প্রাণীবিজ্ঞানৰ আন্তর্জাতিক কংগ্ৰেছ (International Congress of Botany and Zoology)


সেই নাম বিজ্ঞানীমহলত গৃহীত হয়। তলত এই নিয়মাৱলীৰ কেইটামান গুকত্বপূর্ণ কথাউল্লেখ কৰা হল।


() নামকণৰ আন্তজাতিক নিয়মাৱলী অনুসৰি উদ্ভিদ আৰু প্রাণীৰ একে নাম দিয়াত বাধা নাই যদিও তেনে পৰিস্থিতি এৰাই চলা হয়।
() নামকণৰ কেবল লেটিন ভাষাত বা লেটিনৰূপী শব্দৰে ' লাগিব। অন্য ভাষাত নামকৰণ গ্রহণযোগ্য নহয়।
() নামকণৰ কৰতে সকোলো সময়তে দ্বিপদ যুক্ত (binomial) হয়। গণ নাম ডাঙৰ হাতৰ আখৰেৰে (capital letter) আৰম্ভ হয় আৰু  প্রজাতিৰ নাম আৰম্ভ হয় সৰুহাতৰ আখৰেৰে (small Letter)
() নামৰ শেষে আবিষ্কাৰক বিজ্ঞানী জনৰ নাম দিব লাগে।
() বৈজ্ঞানিক নাম ছপা আখৰত বেঁকাকে (italics) আৰু লিখোতে গণ আৰু প্রজাতি নামৰ প্রতিটোবে তলত একোডালকৈ রেখা টানিব লাগে।
() নামকৰণৰ সময়ত জীৱটোৰ বৰ্ণনা লেটিন ভাষাত কৰা হয়।

() জীবৰ বৈজ্ঞানিক নামটো বর্ণনাসহ কোনো বিশিষ্ট বিজ্ঞান বিষয়ক আলোচনা নীত প্রকাশ কৰিব লাগে যাতে জীৱৰ বিষয়ে বিশ্বেৰ বিজ্ঞানী সকলে জানিব পাৰে।

Previous Post Next Post

نموذج الاتصال