competitive exam preparation-Assam

 Assam competitive exam preparation 

Q.1.বিশ্বৰ জনসংখ্যা দিৱস কিমান তাৰিখৰ পৰা পালন কৰা হয় 

    ক/ 1989, 11 জুলাই।  
    খ/ 1987, 11 জুলাই। 
    গ/ 1989, 12 জুলাই।
    ঘ/1989, 1 জুলাই।
ANSWER=খ/ 1987, 11 জুলাই। .

 

Q.2.প্ৰশ্ন:- ইটাখুলিৰ ৰণ কেতিয়া হৈছিল ?

    ক) ১৬৮০
    খ) ১৮৬৯
    গ) ১৬৮২
    ঘ) ১৬৮৪
ANSWER=গ) ১৬৮২ .

 

Q.3,প্ৰশ্ন:- হৰ্নবিল উৎসৱ ক'ত উদযাপন কৰা হ'য়?

    ক) অসম
    খ) মেঘালয়
    গ) নাগালেন্ড
    ঘ) অৰুণাচল প্ৰদেশ
ANSWER=গ) নাগালেন্ড.

 

Q.4.প্ৰশ্ন:- বুদ্ধদেৱে প্ৰথমে ক'ত ধৰ্মবাণী প্ৰচাৰ কৰিছিল ?

    ক) গয়া
     খ) ৰাজগ্ৰীহ
    গ) পাতলীপুত্ৰ
    ঘ) সাৰনাথ
ANSWER= ক) গয়া .

 

Q.5.প্ৰশ্ন:- আহোমসকলে ক'ত ৰাজধানী পাতিছিল ?

    ক) গুৱাহাটী
    খ) শিৱসাগৰ 
    গ) তেজপুৰ
    ঘ) চৰাইদেউ
ANSWER= ঘ) চৰাইদেউ .


Q.6,প্ৰথম অসমীয়া চুটি গল্পৰ জনক কোন ? 

    ক) হেমচন্দ্ৰ গোস্বামী 
    খ) লক্ষ্মীনাথ বেজবৰুৱা
    গ) আত্মাৰাম শৰ্মা
    ঘ) যতীন্দ্ৰ নাথ দুৱৰা
ANSWER=খ) লক্ষ্মীনাথ বেজবৰুৱা .

 

Q.7.প্ৰশ্ন:- মন্ত্ৰী পৰিষদ কাৰ ওচৰত দায়বদ্ধ ?

    ক) ৰাষ্ট্ৰপতি 
    খ)প্ৰধানমন্ত্ৰী
    গ) সংসদ
    ঘ)  জনসাধাৰণ
ANSWER=গ) সংসদ.

 

Q.8অসমৰ ক'ত বিশ্বস্বাস্হ্য কেন্দ্ৰ অৱস্হিত ?

    ক) লিডু
    খ) মাৰ্ঘেৰিটা
    গ) ডিগবৈ
    ঘ) চাবুৱা
ANSWER=ঘ) চাবুৱা.

 

Q.9.প্ৰশ্ন:ভাৰতৰ ক্ষুদ্ৰতম জনসংখ্যাৰ ৰাজ্য ?

    ক) ছিকিম
     খ) গোৱা
    গ) মিজোৰাম
    ঘ) ত্ৰিপুৰা
ANSWER=ক) ছিকিম .

 

Q.10.তলৰ কোনটো মানৱসৃষ্ট সম্পদ নহয় ?

    ক)  কাগজ
    খ) কলম
    গ) শস্য
    ঘ) মাটি
ANSWER=ঘ) মাটি.



Previous Post Next Post

نموذج الاتصال